Niharika Senapoti 20 Nov 2025 कविताएँ अन्य আই 8528 0 Other :: Other
আই তই নেকান্দিবি মই যোৱাৰ পৰত, মই আকৌ আহিম কোনোবা এটি ক্ষণত । পুনৰ একাঁজলি মৰমেৰে দিয়া মোক উপচাই, যাওঁগৈ আই মই দুহাতেৰে জনালোঁ বিদায়।
Login to post a comment!
...