Niharika Senapoti 20 Nov 2025 कविताएँ दुःखद আধা অঁকা 6406 0 Other :: Other
কিনো সপোন কিনো মায়া জীৱনৰ ছবি আধা অঁকা, পোঁহৰৰ নাচোন এন্ধাৰৰ কান্দোন । এন্ধাৰৰ কোলাতে আজি জীৱন ভাগৰোৱা, মৰীচিকা খেদি আজি, সপোন দিশহাৰা।
Login to post a comment!
...