Niharika Senapoti 15 Nov 2025 कविताएँ अन्य জোনাক 6384 0 Other :: Other
সাৰদী জোনাক আহিবি চোন কাষলে সিঁচি দিবি হি মোৰ হৃদয়ত , জোনাকৰ কোলাহল । তোৰ কোমল পৰশত মোৰ হেজাৰটা সপোন জাগি উঠে, দুখৰ সীমাহীন ঢৌ বোৰো অসীমত চিটিকি পৰে।
Login to post a comment!
...