Niharika Senapoti 14 Nov 2025 कविताएँ दुःखद NIHARIKA SENAPOTI POEM 12267 0 Other :: Other
নিজান ৰাতি মোৰ দুৱাৰত কোনে টুকুৰিয়াই আন্ধাৰ ফালি এচমকা পোহৰে মোৰ উৰুখা পজাটিত বাৰে বাৰে খুন্দিয়াই। গভীৰ নিশা সপোন গধুৰ জীৱনৰ মলিন পৃষ্ঠা, নাহিবি কাষলে মাথো তুমি বজোৱা মোৰ চিনাকী সুৰ, সেই সুৰৰ চন্দতে মই বিচাৰি পাম হেৰুৱা সুবাস।