Niharika Senapoti 15 Nov 2025 कविताएँ अन्य নৈ 5883 0 Other :: Other
নৈ তোৰ সৰ্পিল গতি মোৰ ভাল লাগে তোৰ সেই জিৰণী ঠাইকণ, মোৰ ওচৰ পৰা হেঁপাহ পলুৱাই চাব মন যায়। আজি যে মই তোৰ দৰেই জিৰণী বিহীন।
Login to post a comment!
...