Niharika Senapoti 15 Nov 2025 कविताएँ अन्य সাগৰ 7848 0 Other :: Other
আই মোলৈ যদি তোৰ বৰকৈ মণত পৰে তই সাগৰৰ পাৰলে আহিবি, দূৰৈ পৰাই দেখাপাবি মোক সাগৰৰ ঢৌবোৰৰ মাজত। পাৰহীন সাগৰৰ বুকুত মই শুই গ'লো, শীতল হেতেলীত মোৰ শেষ সাগৰতে।
Login to post a comment!
...