Niharika Senapoti 14 Nov 2025 कविताएँ दुःखद শূণ্যতা 10681 0 Other :: Other
নিজান নিশা কিনো সুৰ বাজিলে ৰজনী পোহৰলৈ এতিয়াওঁ বহুপৰ বাকী। বুকুৰ গভীৰত সেই অনামী সুৰৰ ক্ৰন্দন, ঠুনুকা মনে বিনাই আজি শূণ্যতাই যেন শেষ সাৰথি।
Login to post a comment!
...