Niharika Senapoti 20 Nov 2025 शायरी अन्य চকুলোঁ 7854 0 Other :: Other
আমি আছলতে জীৱনত কান্দি ভাগৰি পৰো হয়, কিন্তু আমাৰ চকুপানী কেতিয়াওঁ শেষ নহয়। আপুনি জীৱনত কিমানবাৰ কান্দিছে তাৰ হিচাপ নাই, চকুপানী শেষ হৈছেনে? আচলতে জীৱনতো এখন কোনেওঁ নেদেখা সাগৰ সেহে দুখতো চকুলোঁ আৰু সুখতো চকুলোঁ।